Music Video

Osinaki Abeg | the butterfly effect_india | Official Music Video
Watch {trackName} music video by {artistName}

Featured In

Credits

PERFORMING ARTISTS
the butterfly effect_india
the butterfly effect_india
Lead Vocals
COMPOSITION & LYRICS
the butterfly effect_india
the butterfly effect_india
Songwriter

Lyrics

পলকতে ভাঙিল দুখন হিয়া। অসহায় এতিয়া অচিনাকি আবেগে আহি। অকলশৰে আজিৰ নিশাৰ পদূলি হৰে শেৱালী। আঁকে ধেমালিৰ ছবি । আছুতীয়াকৈ বান্ধি ৰখা স্মৃতি বোৰক লৈ। যাও আগুৱাই অতীতকে থৈ সেইবাটেৰে নিজেই নিজৰ সাৰথি। পাখি মেলা মন আছে আৰু মাথোঁ দুটি ক্ষণ জীৱনৰে উৰি যাবলৈ ল'ৰালিৰে সেই সপোন খেদি খেদি । আবেলিৰ বাৰিষাৰ বেদনা হেৰুৱালে তোমাৰ ঠিকনা, ভাগৰুৱা পৃথিৱী অজানিতে সেই বৰষুণে প্ৰেৰণাৰ ৰং সানি দিলে জীপাল সুৰৰ ৰাগিনী । এন্ধাৰকো হাতে হাতে ধৰি ললো। অমানিশাৰ আকাশকো সাৱটিলো।
Writer(s): The Butterfly Effect Lyrics powered by www.musixmatch.com
instagramSharePathic_arrow_out